ইউক্ৰেইনত আৱদ্ধ অসমৰ ২৬ শিক্ষাৰ্থীৰ নাম সদৰী -আমছুৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday 27 February 2022

ইউক্ৰেইনত আৱদ্ধ অসমৰ ২৬ শিক্ষাৰ্থীৰ নাম সদৰী -আমছুৰ

 

আবদ্ধ ছাত্র ছাত্ৰীক

উদ্ধাৰৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান আমছুৰ



W7s news ষ্টাফৰিপোৰ্টাৰ : ইউক্ৰেইনৰ স্বামী ষ্টেট ইউনিভাৰ্চিটিত অধ্যয়ণৰত অসমৰ ২৬ জন শিক্ষাৰ্থীৰ নাম আৰু ম'বাইল নম্বৰ সদৰী কৰি তেওঁলোকক উদ্ধাৰৰ আহ্বান জনাইছে আমছুৱে। ইউক্ৰেইনত আৱদ্ধ এই ২৬ জন শিক্ষার্থী ক্ৰমে শ্বাহিল আনোৱাৰ, বিশাল দাস, কেশৱ পিনাকী ৰামজান, জয়িতা পাঠক, শিভাংগী ভট্টাচাৰ্য, চুলতানা নীলিমা হুছেইন, মাছুমা আখতাৰ, শ্বাকিল আহমেদ, বর্ষা শৰ্মা, মাহৰুখ নিগাৰ জামান, ফাৰুক আব্দুল্লা, আফজালুৰ ৰহমান, অৰ্ণব অৰিয়ন বৰ্মন বসুমতাৰী, আৰিফ মেহফুজ ছিদ্দিকী, জাকাৰীয়া আতিকুৰ ৰহমান হুছেইন, আব্দুৰ ৰচিড, অৰিন্দম ফুকন, আখতাৰ আলি, নেকিবুৰ ৰহমান, ইনজামুল হক চৌধুৰী, নীলম কলিতা, দেৱৰাজ ভূঞা, নিকিতা শৰ্মা, মহিবুৰ ৰহমান, হাচানুল ইছলাম, আকিব মুস্তাক আহমেদ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here