ইউক্ৰেইনৰ সাম্প্ৰতিক ঘটনাৰ পৰিপ্ৰেক্ষিতত জিলা প্ৰশাসনৰ বিশেষ ঘোষণা - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday 26 February 2022

ইউক্ৰেইনৰ সাম্প্ৰতিক ঘটনাৰ পৰিপ্ৰেক্ষিতত জিলা প্ৰশাসনৰ বিশেষ ঘোষণা

 


W7s News, গুৱাহাটী :

ইউক্ৰেইনৰ সাম্প্ৰতিক ঘটনাৰ পৰিপ্ৰেক্ষিতত, কামৰূপ মহানগৰ/গুৱাহাটীৰ পৰা ইউক্ৰেইনত কোনো লোক আৱদ্ধ হৈ থকা বিষয় সংক্রান্তত জিলা জৰুৰীকালীন অভিযান কেন্দ্ৰক জৰুৰীভাৱে অৱগত কৰিবলৈ অনুৰোধ কৰিছে জিলা প্ৰশাসনে। এই সংক্রান্তত  টোল ফ্রী নম্বৰ ১০৭৭ ত ফোন কৰক অথবা ৯৩৬৫৪২৯৩১৪ হোৱাটচ আপ

 কৰক

📞 1077 (টোল ফ্ৰী) 

📱 +91 93654 29314 (হোৱাটছএপ)

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here