কবিতা পুথি 'লজ্জিত ধৰিত্ৰী' উন্মোচন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 31 December 2021

কবিতা পুথি 'লজ্জিত ধৰিত্ৰী' উন্মোচন

 





W7s News ষ্টাফৰিপোর্টাৰ:  মহানগৰীৰ দিছপুৰ প্ৰেছ ক্লাৱৰ প্ৰেক্ষাগৃহত শুকুৰবাৰে কবি পল্লৱ কুমাৰ বৰাৰ নৱতম কবিতা পুথি "লজ্জিত ধৰিত্ৰী" উন্মোচন কৰা হয়। কবিতা পুথিখন উন্মোচন কৰে বিশিষ্ট উদ্যোগী, লেখক তথা প্ৰকাশক প্ৰফুল্ল কুমাৰ শ‌ইকীয়া আৰু বিশিষ্ট কবি বিপুল শৰ্মাই। উন্মোচনী অনুষ্ঠানত বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। 'অসম গ্ৰন্থমেলা'ৰ বিপনী নং ৩৩ আৰু ৩৪ত কবিতা পুথিখন উপলব্ধ হৈছে বুলি কবি পল্লৱ কুমাৰ বৰাই জানিবলৈ দিয়ে। উন্মোচনী অনুষ্ঠানটোৰ আঁত ধৰে চিন্ময় কৌশিকে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here