শমিষ্ঠা প্ৰীতমৰ জীৱনৰ আধাৰত নিৰ্মাণ হ'ব অসমীয়া চলচ্চিত্ৰ 'ডেউকা' (ৱাকিং ইন দা এয়াৰ) - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday 18 December 2021

শমিষ্ঠা প্ৰীতমৰ জীৱনৰ আধাৰত নিৰ্মাণ হ'ব অসমীয়া চলচ্চিত্ৰ 'ডেউকা' (ৱাকিং ইন দা এয়াৰ)

 





W7s News ষ্টাফৰিপোর্টাৰ : বিশিষ্ট লেখিকা শমিষ্ঠা  প্ৰীতমৰ জীৱনৰ আধাৰত নিৰ্মাণ হ'ব অসমীয়া চলচ্চিত্ৰ 'ডেউকা' (ৱাকিং ইন দা এয়াৰ) । শনিবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত ইমেইজিং মিডিয়াৰ উদ্যোগত অনুষ্ঠিত এখন সংবাদ মেলত এই কথা সদৰী কৰে চলচ্চিত্ৰখনৰ পৰিচালক ড০ ববী শৰ্মা বৰুৱাই। তেওঁ লগতে কয় '

২০২২ চনত চলচ্চিত্ৰ খনৰ    দৃশ্যগ্ৰহণৰ কাম আৰম্ভ  হ'ব।'ডেউকা' চলচ্চিত্ৰ খন ২০২২  চনৰ শেষৰ ফালে ছবি গৃহত মুক্তি লাভ কৰিব ।ছবি খনৰ পৰা লাভ কৰা ধনৰ কিছু অংশ শমিষ্ঠাৰ প্ৰীতমৰ চিকিৎসাৰ বাবে দিয়া হ'ব ।' সংবাদ মেলত চলচিত্ৰ খনৰ প্ৰযোজক বসন্ত কুমাৰ বৰুৱা, লেখিকা শমিষ্ঠা  প্ৰীতম, অভিনেতা অৰুণ নাথ,  অভিনেত্ৰী বীণা পতংগীয়া, সুলক্ষণা বৰুৱা, জোষ্ঠ সাংবাদিক নিতুমনি শইকীয়া  উপস্থিত থাকে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here