২০২১ বৰ্ষৰ জ্ঞানপীঠ বঁটাৰ বাবে অসমৰ বিশিষ্ট কবি, সাহিত্যিক, কলা সমালোচক, অধ্যাপক নীলমণি ফুকন নিৰ্বাচিত - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 7 December 2021

২০২১ বৰ্ষৰ জ্ঞানপীঠ বঁটাৰ বাবে অসমৰ বিশিষ্ট কবি, সাহিত্যিক, কলা সমালোচক, অধ্যাপক নীলমণি ফুকন নিৰ্বাচিত

 



W7s New, নিউজ ডেস্ক: ২০২১ বৰ্ষৰ জ্ঞানপীঠ বঁটাৰ বাবে অসমৰ বিশিষ্ট কবি, সাহিত্যিক, কলা সমালোচক, অধ্যাপক  নীলমণি ফুকন নিৰ্বাচিত হৈছে। ইয়াকলৈ ৰাজ্যবাসী উৎফুল্লিত হৈ পৰিছে l তেওঁ সাহিত্য ক্ষেত্ৰত আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে  সাহিত্য অকাডেমি বঁটা (১৮৮১), পদ্মশ্ৰী বঁটা (১৯৯০), ছগন লাল জৈন বঁটা (১৯৯১) আৰু অসম উপত্যকা সাহিত্য বঁটা (১৯৯৭) লাভ কৰিছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here