তামিলনাডুৰ কুন্নুৰত হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 8 December 2021

তামিলনাডুৰ কুন্নুৰত হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত

 


W7s News : নিউজ ডেস্ক: তামিলনাডুত দুৰ্ঘটনাগ্ৰস্ত চীফ অব্ ডিফেন্স ষ্টাফ বিপিন ৰাৱটৰ হেলিকপ্টাৰ।  এই  দুৰ্ঘটনাত ১৩ জনৰ মৃত্যু হয়।


দুৰ্ঘটনাগ্ৰস্ত সেনাৰ হেলিকপ্টাৰখনতে আছিল সপত্নীক বিপিন ৰাৱট। দুয়ো এই দুৰ্ঘটনাত প্ৰাণ হেৰুৱায়।

তামিলনাডুৰ কুন্নুৰত দুৰ্ঘটনাগ্ৰস্ত হেলিকপ্টাৰখন

উদ্ধাৰ অভিযান কৰে ভাৰতীয় বায়ুসেনাই ।হেলিকপ্টাৰখনত আছিল বৈমানিকসহ মুঠ ১৪ জন যাত্ৰী। ৰাৱটৰ পত্নী, ব্যক্তিগত সহায়ক, বায়ুসেনাৰ কামাণ্ডো আছিল হেলিকপ্টাৰখনত স্থানীয় লোকে ৮০ শতাংশ আঘাতপ্ৰাপ্ত দুজনক উদ্ধাৰ কৰে ।আহত লোককেইজনক স্থানীয় হাস্পতালত ভৰ্তি কৰে ৰাইজে।

পাহাৰৰ নামনিত দেখা গৈছে কেইবাটাও মৃতদেহ

- বায়ুসেনাৰ এম আই ১৭ ভি ৫ (Mi 17V5 )হেলিকপ্টাৰখন হৈছিল দুৰ্ঘটনাগ্ৰস্ত

 দুৰ্ঘটনা সন্দৰ্ভত তত্‍কালীনভাৱে তদন্তৰ নিৰ্দেশ বায়ুসেনাৰ 

ঘটনা সম্পৰ্কত প্ৰধানমন্ত্ৰীক অৱগত কৰিলে প্ৰতিৰক্ষা মন্ত্ৰীয়ে।


#armychopper #crash #bipinRawat #coonoor #tamilnadu

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here