শিল্পী জীনা ৰাজকুমাৰী লৈ মুখ্যমন্ত্রী সাহায্য পুঁজিৰ পৰা আর্থিক অনুদান - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 10 December 2021

শিল্পী জীনা ৰাজকুমাৰী লৈ মুখ্যমন্ত্রী সাহায্য পুঁজিৰ পৰা আর্থিক অনুদান

 




W7s News গুৱাহাটী :   শিল্পী জীনা ৰাজকুমাৰীলৈ মুখ্যমন্ত্রী সাহাৰ্য্য পুঁজিৰ পৰা এক লাখ টকাৰ এক কালিন সাহায্য আগবঢ়োৱা হয়। ২০১৮ চনৰ পৰা স্তন কেন্সাৰত আক্রান্ত শিল্পী গৰাকীৰ চিকিৎসা ব্যয়ৰ বাবে এই ধন ৰাশি আগবঢ়োৱা হয়। শুকুৰবাৰে গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱনত অনুষ্ঠিত হোৱা হোমেন বৰগোহাঁই স্মৃতি নাট্য সন্ধিয়াৰ প্ৰাক মুহুৰ্ত্তত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰহৈ ছিপাঝাৰৰ বিধায়ক  পৰমানন্দ ৰাজবংশী জীনা ৰাজকুমাৰীক চেকখন প্ৰদান কৰি শিল্পী গৰাকীৰ আশু আৰোগ্য কামনা কৰে। লগতে শিক্ষা বিভাগৰ  মন্ত্রী ডাঃ ৰণোজ পেগু, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডাঃ ধ্ৰুৱজ্যোতি বৰা, নাটখনৰ পৰিচালক মানিক আহমেদ আদি উপস্থিত থাকে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here