বাংলাদেশত দুৰ্গা পূজাৰ সময়ত হিন্দুৰ ওপৰত কৰা আক্ৰমণৰ ঘটনাকলৈ গুৱাহাটীত প্ৰতিবাদ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 19 October 2021

বাংলাদেশত দুৰ্গা পূজাৰ সময়ত হিন্দুৰ ওপৰত কৰা আক্ৰমণৰ ঘটনাকলৈ গুৱাহাটীত প্ৰতিবাদ

 







W7s News ষ্টাফৰিপোৰ্টাৰ: বাংলাদেশত দুৰ্গা পূজাৰ সময়ত হিন্দুৰ ওপৰত কৰা আক্ৰমণৰ ঘটনাকলৈ সনাতনী হিন্দূ আৰ্মি, বজৰং দল আৰু বাংলা সাহিত্য সভা অসমে মঙলবাৰে গুৱাহাটীৰ শিলপুখুৰীস্থ বাংলাদেশৰ সহকাৰী উচ্চ আয়ুক্তৰ  কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰী সকলে শ্বেখ হাচিনা হায় হায়, বাংলাদেশী হুচিয়াৰ, হিন্দুৰ ওপৰত অত্যাচাৰ নচলিব, শ্বেখ হাচিনাৰ মইমতালি নচলিব, দুৰ্গা পূজা বন্ধৰ ষড়যন্ত্ৰ নচলিব, বাংলাদেশী মিঞা হুচীয়াৰ, বাংলাদেশত হিন্দু হত্যা নচলিব, মঠ মন্দিৰ ক্ষতিগ্ৰস্ত কৰা বন্ধ কৰক আদি শ্লো গান দিয়ে। লগতে প্ৰতিবাদকাৰী সকলে পৃথকে পৃথকে গুৱাহাটীস্থ বাংলা দেশৰ সহকাৰী উচ্চ আয়ুক্তৰ জৰিয়তে বাংলা দেশৰ প্ৰধান মন্ত্ৰী শ্বেখ হাচিনা লৈ  এখন দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here