সংস্কৃতিক কৰা অপমান সহ্য কৰিব নোৱাৰি- গুৱাহাটী ব্ৰাক্ষ্মণ সমাজ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 19 October 2021

সংস্কৃতিক কৰা অপমান সহ্য কৰিব নোৱাৰি- গুৱাহাটী ব্ৰাক্ষ্মণ সমাজ

 




W7s News ষ্টাফৰিপোৰ্টাৰ: বাংলা দেশৰ মুছলমান সকলে একত্ৰিত হৈ হিন্দু আৰু সনাতন ধৰ্মৰ ওপৰত যি বিভৎস কাণ্ড চলাইছে তাক কঠোৰ ভাষাৰে গৰিহণা দিছে গুৱাহাটী মহানগৰ ব্ৰাক্ষ্মণ সমাজে। লগতে অতি সোনকালে হত্যালীলা বন্ধ কৰাৰ বাবে দাবী জনাইছে। সমাজৰ সভাপতি ড০ নৃপেন্দ্ৰ নাথ শৰ্মা, বিশিষ্ট পণ্ডিত সতীশ চন্দ্ৰ শৰ্মা, উমাকান্ত দেৱ শৰ্মা, ড০ নীতিশ চন্দ্ৰ শৰ্মা, পদ্মনাথ শৰ্মা, দিলীপ শৰ্মা, শচীন্দ্ৰ শৰ্মা, জীৱনজ্যোতি শৰ্মা,পবিত্ৰ কুমাৰ শৰ্মা আদিয়ে এই ঘটনাক গৰিহণা দিয়ে। সংস্কৃতিক কৰা অপমান সহ্য কৰিব নোৱাৰি বুলি সমাজে কয়।লগতে এই ঘটনাৰ অতি সোনকালে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক অনুৰোধ জনায়।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here