পূৱ গুৱাহাটী মণ্ডলৰ মহিলা মৰ্চাৰ চিকিৎসকক সম্বৰ্ধনা - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday 21 October 2021

পূৱ গুৱাহাটী মণ্ডলৰ মহিলা মৰ্চাৰ চিকিৎসকক সম্বৰ্ধনা

 




W7s News ষ্টাফৰিপোৰ্টাৰ: ক'ভিড মহামাৰীৰ বিৰুদ্ধে চিকিৎসক, চিকিৎসা কৰ্মীসকলৰ অৱদান অপৰিসীম। ভাৰতবৰ্ষত ১০০কোটি লোকক ক'ভিড ভেকচিন দিয়া ইতিমধ্যে সম্পূৰ্ণ হৈছে। সেয়ে পূৱ গুৱাহাটী মণ্ডলে মহিলা মৰ্চাৰ তৰফৰপৰা সভানেত্ৰী হিমানী শৰ্মাই বৃহস্পতিবাৰে দিছপুৰ চৰকাৰী চিকিৎসালয়ৰ চিকিৎসক, স্বাস্থ্য কৰ্মীক সাক্ষাৎ কৰি একোখন ফুলাম গামোছাৰে সম্বৰ্ধনা জনায়।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here