ভাস্কৰ দাহালৰ মুছলপুৰত মনোনয়ন পত্ৰ দাখিল - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday 7 October 2021

ভাস্কৰ দাহালৰ মুছলপুৰত মনোনয়ন পত্ৰ দাখিল

 





W7s News ষ্টাফৰিপোৰ্টাৰ : একালৰ অসম গোৰ্খা ছাত্ৰ সন্থাৰ সভাপতি বৰ্তমান অসম গোৰ্খা সন্মিলনৰ সাধাৰণ সম্পাদক আৰু অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মুখপাত্ৰ, তামুলপুৰ বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনত  ভাৰতীয় জাতীয় কংগ্রেছ দলৰৰ মনোনীত প্ৰাৰ্থী  ভাস্কৰ দাহালে বৃহস্পতিবাৰে মুছলপুৰত তেওঁৰ মনোনয়ন পত্ৰ দাখিল কৰে। মনোনয়ন পত্ৰ দাখিলৰ শুভক্ষণত অসম প্ৰদেশ কংগ্রেছ কমিটিৰ সভাপতি ভূপেন কুমাৰ বৰা, অসম বিধানসভাৰ বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াৰ লগতে বাক্সা জিলা কংগ্ৰেছ কমিটিৰ সভাপতি  ভূপেন দৈমাৰী আৰু মহিলা কংগ্ৰেছৰ নেত্ৰী চাজিয়া বেগম, কংগ্রেছ নেতা মাৰ্কাচ মুৰ্মুকে প্ৰমূখ্য কৰি বহু দলীয় কৰ্মী উপস্থিত থাকে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here