গুৱাহাটীত য়ামাহাৰ নতুন শ্ব'ৰূম - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 6 October 2021

গুৱাহাটীত য়ামাহাৰ নতুন শ্ব'ৰূম


 



W7s news,,ষ্টাফৰিপৰ্টাৰ,,অসমৰ পৰিবহন আৰু উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে সোমবাৰে গুৱাহাটী জি.এছ ৰোডত অৱস্থিত ইয়ামাহাৰ এটা নতুন শ্ব'ৰূম অনুষ্ঠানিক ভাৱে মুকলি কৰে । লুইত অট'মোবাইলছৰ ব্লু স্কোৱেৰ নামৰ শ্ব'ৰূমটোৰ লগতে   লুইত ফেন ক্লাৱৰো শুভ উদ্বোধন কৰে। গুৱাহাটীৰ বিশিষ্ট উদ্যোগপতি আৰু অটোম'বাইল 

শিল্পৰ লগত জড়িত বিশিষ্ট ব্যক্তি সকলৰ উপস্থিতিত তেওঁ ইয়ামাহাৰ নতুন পাচবিধ মডেলৰও উদ্বোধন কৰে। ইয়ামাহাৰ নতুন প্ৰজন্মৰ এই বাইকসমূহ হ'ল R 15M, R 154০,AER0X 155 CC Maxi Scooter, Ray ZR Hybrid, আৰু Fascino Hybrid গুৱাহাটীৰ এই শ্ব'ৰূমতেই কেৱল মাত্ৰAEROX 155 মডেলৰ দুচকীয়া বাহনখন পোৱা যাব। অনুষ্ঠানত মন্ত্ৰীগৰাকীৰ লগতে লুইত ফেন ক্লাৱৰ পৰিচালন সঞ্চালক প্ৰণৱ বৰ্মন উপস্থিত থাকে। এই সন্দৰ্ভত তেঁও কয়"-লুইত ফেন ক্লাৱত যিকোনো বয়সৰ লোকে যোগদান কৰিব পাৰিব। মুকলি অনুষ্ঠানত ফেন ক্লাৱৰ সদস্য সকলেও অংশগ্ৰহণ কৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here