চীগ্ৰামৰ ৰয়েল ষ্টেগ ৰেলীৰ অনুৰাগীৰ সৈতে# ইন ইট টু ৱিন ইট আন্দোলন আইচিচি টি২০ পুৰুষৰ বিশ্বকাপৰ বাবে - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 22 October 2021

চীগ্ৰামৰ ৰয়েল ষ্টেগ ৰেলীৰ অনুৰাগীৰ সৈতে# ইন ইট টু ৱিন ইট আন্দোলন আইচিচি টি২০ পুৰুষৰ বিশ্বকাপৰ বাবে

 

ক্ৰিকেটাৰ ৰোহিত শৰ্মা, যশপ্ৰীত বুমৰাহ, সূৰ্যকুমাৰ যাদৱে হেছ-টেগ # আন ইট টু ৱিন ইটৰ জড়িয়তে ইন্টাৰনেটত তোলপাৰ লগাইছে । সামাজিক মাধ্যমত তেওঁলোকৰ পোষ্ট বোৰে দেশৰ ক্ৰিকেট প্ৰেমী সকলৰ মাজত যেন উত্তেজনাৰ সৃষ্টি কৰিছে আৰু ফলস্বৰূপে সামাজিক মাধ্যম ভাৰতীয় দলৰ বিশ্বকাপ পুনৰুদ্ধাৰৰ বাবে আলোচনাত্মক চৰ্চাৰ লগতে সমৰ্থনৰ বাক্যবানেৰে প্লাৱিত হৈ পৰিছে।



W7s news ষ্টাফ। ৰিপ'ৰ্টাৰ,চীগ্ৰামৰ ৰয়েল ষ্টেগ, আইচিচি পুৰুষৰ টি২০ বিশ্বকাপ লগত সংগতি ৰাখি, উচ্চ শক্তিসম্পন্ন #ইন ইট টু ৱিন ইটৰ দৰে কাৰ্যসূচী শুভাৰম্ভ কৰিবলৈ পাই গৌৰৱান্বিত। এই অভিযানে ক্ৰিকেট খেলৰ উদযাপন কৰাৰ উপৰিও ভাৰতীয় দলৰ  কাপ ঘৰলৈ অনাৰ অভিযানক সমৰ্থন আগবঢ়াইছে।এই অভিযানত মুখ্যতঃ ৰোহিত শৰ্মা, যশপ্ৰীত বুমৰাহ আৰু সূৰ্য্যকুমাৰ যাদৱ লগতে আন্তঃৰাষ্ট্ৰীয় তাৰকা খেলুৱৈ যেনে কেন ৱিলিয়ামচন, আন্ড্ৰে ৰুছেল, মিচ্ছেল স্টক আৰু ফ'ফ ডু প্লেচী  সহযোগ কৰিছে। এই অভিযানৰ জড়িয়তে নীলা সাজত থকা পুৰুষ সকলৰ পদক অন্বেষণত ভাৰতীয় অনুৰাগীসকলে ৰেলীযোগে সমৰ্থন আগবঢ়োৱাটো বিচাৰিছে। 

ৰয়েল ষ্টেগ ব্ৰেণ্ডৰ যোগাযোগ ব্যৱস্থাত ক্ৰিকেট খেলে সদায়েই মুখ্য স্থান লৈ আহিছে। সময়ৰ লগে লগে, ব্ৰেণ্ডটোৰ আইচিচিৰ লগত ক্ৰিয়াত্মক কাৰ্যকলাপ আৰু বিশ্বস্তৰৰ খেলুৱৈ সকলৰ লগত সংযোগ স্থাপনৰ জড়িয়তে অনুৰাগী সকলৰ মাজত সম্পৰ্ক গাঢ়তৰ কৰা হৈছে। এইবাৰ, দেশৰ ক্ৰীড়া অনুৰাগীৰ আবেগিক বন্ধন হেছটেগ# ইন ইট টু ৱিন ইটৰ ৰেলীৰ জড়িয়তে ভাৰতীয় দলৰ মনোবল বৃদ্ধি কৰাৰ লগতে সমৰ্থন জনাবলৈ অনুষ্ঠিত কৰা হৈছে।

# ইন ইট টু ৱিন ইটৰ কাৰ্যসূচীৰ জড়িয়তে আকৰ্ষণীয় সম্প্ৰচাৰ কৰা হৈছিল য'ত অনুৰাগীসকলে , সামাজিক মাধ্যমত নতুবা ৭৩২৯০৭৩২৯০ ত মিছকল দি পোনপটীয়াকৈ অংশগ্ৰহণ কৰি, আৰৱত লাইভ টি২০ বিশ্বকাপ চোৱাৰ সুযোগ পাব পাৰে। এই কাৰ্যসূচীৰ প্ৰচলন হ'ব উচ্চ প্ৰাবল্য যুক্ত ৩৬০ প্লানৰ জড়িয়তে যিটো যিকোনো মাধ্যম যেনে ডিজিটেল, প্ৰিন্ট, ৰেডিঅ' আৰু ওওএডছ আদিত।

এই কাৰ্যসূচীৰ বিষয়ে ব্যক্ত কৰি, কাৰ্তিক মহিন্দ্ৰা, চিএমও, পাৰ্ণড ৰিকাৰ্ড ইণ্ডিয়া, কয় যে, " ক্ৰিকেট খেলৰ সৈতে আমাৰ যাত্ৰা আৰম্ভ হৈছিল ২০০০ চনত আৰু তেতিয়াৰ পৰাই ক্ৰীড়াৰ সৈতে আমাৰ সম্পৰ্ক গাঢ় হৈছে।২০১৮ চনৰ পৰাই, আমি আইচিচিৰ সহযোগী হৈ গৌৰৱান্বিত আৰু ক্ৰীড়া খণ্ডৰ অন্যতম প্ৰধান ক্ৰিকেটৰ সৈতে আমাৰ যাত্ৰা গুৰুত্বপূৰ্ণ হৈ পৰিছে।" বৃহৎ জীৱন নিৰ্বাহ কৰা" দৰ্শনৰ প্ৰতি ৰয়েল ষ্টেগ অনুৰাগিত, মানুহক ডাঙৰ সপোন দেখিবলৈ আৰু নিজৰ ভাগ্য নিজেই গঢ়িবলৈ। এইবাৰ আমি ৰেলীৰ দ্বাৰা সামাজিক আন্দোলন গঢ়ি তুলিব বিচাৰিছোঁ , অনুৰাগীসকলে নিজৰ সপোনবোৰৰ পিছত দৌৰিবলৈ - বিশ্বকাপ এক নতুন ধাৰাৰে জয়ী হৈ, # আন ইট টু ৱিন ইট। আমাৰ ভাৰতীয় দলক নিজৰ ভাগ্য বিধাতা হোৱাৰ আৰু বিশ্বকাপ ঘৰলৈ অনাৰ অনুপ্ৰেৰণা যোগাবলৈ বিচাৰিছোঁ।আইচিচিৰ সৈতে সহযোগ কৰি, বিশ্বৰ ভিতৰতে আগৰণুৱা খেলৰ অনুস্থান, লগতে আমাক প্ৰদান কৰে সচাঁ অৰ্থত " বৃহৎ জীৱন নিৰ্বাহ কৰা"ত, ক্ৰিকেটৰ প্ৰতি অতিমাত্ৰা অভিজ্ঞতা আৰু ৰয়েল ষ্টেগ অনুৰাগীসকলে, আৰৱৰ পৰা বিশ্বকাপ লাইভ চায়।

আইচিচি পুৰুষৰ টি২০ বিশ্বকাপ ক্ৰিকেট খেলৰ সময়সূচী সংগঠিত আৰৱ সাম্ৰাজ্যত অনুষ্ঠিত হ'ব, ১৭ অক্টোবৰ ২০২১ ৰ পৰা ১৪ নৱেম্বৰ ২০২১ ৰ ভিতৰত।২০১৮ চনত ৰয়েল ষ্টেগে ভাৰতীয় ক্ৰিকেট ব'ৰ্ড (আইচিচিৰ)সৈতে পাঁচ বছৰীয়া চুক্তি স্বাক্ষৰিত কৰিছিল আৰু ২০২৩ লৈকে আইচিচিৰ সকলোবোৰ অনুষ্ঠানৰ সহযোগী স্পঞ্ছৰ হিচাপে কাৰ্যনিৰ্বাহ কৰিব।

ৰয়েল স্টাগৰ বিষয়ে:

চীগ্ৰামৰ ৰয়েল ষ্টেগ হৈছে পাৰ্ণড ৰিকাৰ্ড ইণ্ডিয়াৰ ফ্লেগচীপ ব্ৰেণ্ড। ইয়াৰ শুভাৰম্ভৰ পিছৰে পৰা ই নিৰন্তৰ তাৰকা হিচাপে কাম কৰি আছে, খেলৰ নিয়ম সলনি কৰা  ব্ৰেণ্ড হিচাপে জনাজাত। এয়া যুৱ, আত্মবিশ্বাসী, বাঢ়নশীল আৰু অনুপ্ৰাণিত কৰা ব্যক্তি সকলৰ বাবে যাৰ নিজৰ ওপৰত বিশ্বাস আছে।" এয়া তোমাৰ জীৱন, ইয়াক বৃহৎ ভাৱে নিৰ্বাহ কৰা" দৰ্শনেৰে এই ব্ৰেণ্ডটোৱে যুৱসকলক অনুপ্ৰাণিত কৰি আহিছে।

পাৰ্ণড ৰিকাৰ্ড ইণ্ডিয়াৰ বিষয়ে:

পাৰ্ণড ৰিকাৰ্ড ইণ্ডিয়া (প্ৰ) হৈছে পাৰ্ণড ৰিকাৰ্ড এছ এৰ পূৰ্ণাংগ চাৱচিডিয়াৰী আৰু তীব্ৰ বেগেৰে আগবাঢ়ি যোৱা আন্তঃৰাষ্ট্ৰীয় সুৰাযুক্ত পানীয়ৰ কোম্পানী যিয়ে দেশযুৰি উন্নত মানৰ উৎপাদন যোগান ধৰে।  সকলো ব্ৰেণ্ডই অগ্ৰগনী, পাৰ্ণড ৰিকাৰ্ডে অন্যতম ডাইনেমিক আৰু প্ৰিমিয়াম উৎপাদন যেনে চিগ্ৰামৰ হুইস্কী যেনে ৰয়েল ষ্টেগ, ৰয়েল ষ্টেগ বেৰেল, ব্লেণ্ডাৰচ প্ৰাইড, ব্লেণ্ডাৰচ প্ৰাইড ৰিজাৰ্ভ কলেকছন, ইম্পেৰিয়েল ব্লু, ১০০ পীপাৰচ, আৰু আন্তঃৰাষ্ট্ৰীয় মানৰ বৃহৎ কলেবৰৰ যেনে চিৱাচ ৰিগেল, ৱেলেণ্টিন,গ্লেনলিভেট, ৰয়েল চেলুট আৰুজেমছন আইৰিচ হুইস্কীৰ যোগান ধৰে। স্পিৰিট বিভাগৰ কেইটামান এৱচলুট ভডকা, জেকবচ ক্ৰীক আৰু কেম্প ভেছ ৱাইনৰ, মৰটেল কগনাক, বিফিটাৰ আৰু মংকী ৪৭ দিন, কহুৱা, আৰু মালিব লিকৰাৰ মামচ আৰু পেৰেৰ - জয়েট চেম্পেইন। পাৰ্ণড ৰিকাৰ্ড ইণ্ডিয়াক আগশাৰীৰ উদ্যোগ হিচাপে জনাজাত আৰু উপভোক্তাক উন্নত মানৰ উৎপাদন যোগান ধৰাৰ বাবে বিখ্যাত। বিশ্বৰ ২৬ খনৰো অধিক দেশত চিগ্ৰামৰ হুইস্কী ৰপ্তানি ধৰা হয়।পাৰ্ণড ৰিকাৰ্ড ইণ্ডিয়াক সামাজিক ভাৱে দায়বদ্ধ অনুষ্ঠান যিয়ে কৰ্প'ৰেট নাগৰিক সকলৰ সামাজিক, অৰ্থনৈতিক আৰু পাৰিপাৰ্শ্বিক অৱস্থাৰ সকলো ক্ষেত্ৰতে খেয়াল ৰাখিবলৈ যত্নপৰ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here