ক'ভিডক লৈ অসম চৰকাৰৰ নতুন এছ অ' পি - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 26 October 2021

ক'ভিডক লৈ অসম চৰকাৰৰ নতুন এছ অ' পি

 






W7s News  নিউজ ডেস্ক:ক'ভিডক লৈ অসম চৰকাৰৰে নতুন এছ অ' পি জাৰি কৰিছে । এই এছ অ পি অনুসৰি এতিয়াৰে পৰা নিশা ১১বজালৈকে সান্ধ্য আইনৰ সময়সীমা বৃদ্ধি কৰা হৈছে।ব্যৱসায়িক প্ৰতিষ্ঠান নিশা ১০বজালৈকে খুলিব পাৰিব।এতিয়াৰে পৰা নিশা ১১বজাৰ পুৱা ৫বজালৈ সান্ধ্য আইন প্ৰযোজ্য হ'ব। বাকী প্ৰায় সকলো নিয়ম পূৰ্বৰ দৰেই বাহাল থাকিব।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here