ইণ্ডিয়া ক্লাৱত চিত্ৰ প্ৰদৰ্শনী - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 1 October 2021

ইণ্ডিয়া ক্লাৱত চিত্ৰ প্ৰদৰ্শনী

 




W7s News ষ্টাফৰিপোৰ্টাৰ : গুৱাহাটীৰ ইণ্ডিয়া ক্লাৱত শুকুৰবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে চিত্র শিল্পী ৰঞ্জন চৌধুৰীৰ এখন চিত্ৰ প্ৰদৰ্শনী আৰম্ভ হৈছে। 'কালাৰড মেমৰিজ 'প্রদর্শনীখন শুকুৰবাৰে মুকলি কৰি ৰাজ্য চৰকাৰৰ মুখ্য সচিব জিষ্ণু মেধিয়ে চিত্ৰশিল্পী ৰঞ্জন চৌধুৰীৰ ভুয়সী প্ৰশংসা কৰে। এই প্রদর্শনী তথা বিক্ৰী মেলাত চিত্ৰশিল্পী ৰঞ্জন চৌধুৰীৰ ৭০ খনতকৈ অধিক অইল পেইন্টিং প্ৰদৰ্শন কৰা হৈছে। প্রদর্শনীখন পুৱা ১১ বজাৰ পৰা নিশা ৮ বজালৈ দৰ্শকৰ বাবে মুকলি থাকিব।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here