মহানগৰীৰ বৰবাৰীত মুকলি হ'ল ই জি মেগা মাৰ্ট - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday 9 September 2021

মহানগৰীৰ বৰবাৰীত মুকলি হ'ল ই জি মেগা মাৰ্ট

  




W7s News গুৱাহাটী: মহানগৰীৰ বৰবাৰীত মুকলি  হ'ল ই জি মেগা মাৰ্ট । এই শ্বপিং মলখন  বুধবাৰে  উদ্বোধন কৰে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে। এই মলখনত খাদ্য বস্তু,কাপোৰৰ লগতে নিত্য-ব্যৱহাৰ্য সা-সামগ্ৰী  উপলব্ধ হৈছে। নিবনুৱা সংস্থাপনৰ ক্ষেত্ৰত এই মলখনে বিশেষ ভূমিকা গ্ৰহণ কৰিব বুলি শিক্ষামন্ত্ৰী গৰাকীয়ে নিজৰ ভাষণ প্ৰসংগত উল্লেখ কৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here