পল্টন বজাৰত ক'ভিড ভেকচিন শিবিৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday 9 September 2021

পল্টন বজাৰত ক'ভিড ভেকচিন শিবিৰ

 




W7s News ষ্টাফৰিপোৰ্টাৰ: জে চি আই কামৰূপ এলাইটৰ উদ্যোগত আয়োজন কৰা ক'ভিড ভেকচিন শিবিৰে দুমাহ পূৰ্ণ কৰিলে। এই উপলক্ষে শুকুৰবাৰৰ পৰা ১৫ ছেপ্টেম্বৰলৈ জে চি আই সপ্তাহৰ আয়োজন কৰা হৈছে। এই সম্পৰ্কে প্ৰকল্প অধ্যক্ষ জে চি ধীৰাজ চেৰাউগীয়ে কয় 'পল্টন বজাৰৰ শ্ৰীঅটোমবাইলছত অনুষ্ঠিত এই শিবিৰত এতিয়ালৈকে ১৮ হাজাৰ ক'ভিশ্বিল্ড আৰু কভাস্কিনৰ প্রথম আৰু দ্বিতীয় পালি পূৱা  ৯ বজাৰ পৰা দিনৰ ১.৩০ বজালৈ দিয়া হৈছে। আমি ২৫ হাজাৰ লোকক ক'ভিড ভেকচিন দিয়াৰ লক্ষ্য লৈছো।সভাপতি জে চি গুঞ্জন হৰলালকা, সম্পাদক জে চি ৰোহিত জৈন, কোষাধ্যক্ষ জে চি নীলেশ আগৰৱাল, জে চি আই সাপ্তাহিক সম্বন্বয়ক  জে চি প্ৰমীলা পাগাৰিয়া, প্রকল্প অধ্যক্ষ জে চি অভিনন্দন জৈন, প্রকল্প অধ্যক্ষ

জে চিধীৰাজ চেৰাউগী,মহেন্দ্ৰ 

চোপদাৰ আদিৰ পৰিচালনাত  এই শিবিৰৰ আয়োজন কৰা হৈছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here