চিটি চেণ্টাৰত এ'ক্সক্লুছিভ শ্ব'ৰুমত অ'প্পো এফ ১৯-মুকলি অভিনেত্ৰী মেঘৰঞ্জনী মেধিয়ে - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 28 September 2021

চিটি চেণ্টাৰত এ'ক্সক্লুছিভ শ্ব'ৰুমত অ'প্পো এফ ১৯-মুকলি অভিনেত্ৰী মেঘৰঞ্জনী মেধিয়ে

 



W7s News ষ্টাফৰিপোৰ্টাৰ: আগশাৰীৰ স্মার্টফোন নির্মাতা অপ্পোৱে বজাৰত মুকলি কৰিলে নতুন "অপ্পো এ'ক্সক্লুছিভ শ্ব'ৰুমত মঙলবাৰে অভিনেত্ৰী তথা নৃত্যশিল্পীম মেঘৰঞ্জনী মেধিয়ে অ'প্পো এফ-১৯ এছ স্মাৰ্টফোন অনুষ্ঠানিক ভাবে মুকলি কৰে। মুকলি অনুষ্ঠানত ভাষণ প্ৰদান কৰি অভিনেত্ৰী গৰাকীয়ে কয়"-অ'প্পো সদায়ে স্মাৰ্টফোন আৰু আই অটি ডিভাইচৰ আটাইতকৈ ভাল অভিনৱ আৰু ষ্টাইলিছ ব্ৰেণ্ড। অ'প্পো এফ এছ-১৯ ৫০০০ এমএএইচ বেটাৰীৰ আটাইটকৈ মসৃণ স্মাৰ্টফোন। ৬ জিবি ৰেম, ৫জিবি ৰেম সম্প্ৰসাৰণ কৰা হৈছে। অ'প্পো গ্লো-ডিজাইন-গ্লোয়িং গোল্ড, গ্লোয়িং ব্লেক। এই সন্দৰ্ভত অ'প্পোৰ প্ৰান্তীয় শাখা প্ৰৱন্ধক আনিছুজ জামানে কয়"-এফ-১৯ এছ এফ স্মাৰ্টফোন সকলো মূল্যত উপলব্ধ হৈছে। এফ-১৯এছ স্মাৰ্টফোনত সংস্থাপন কৰা হৈছে ৫০০০ এম এ এইচ বেটাৰী। কেৱল নতুনকৈ মুকলি হোৱা অ'প্পো এফ-১৯ মাত্ৰ ১৯,৯৯০ টকাতে ক্ৰয় কৰিব পাৰিব গ্ৰাহকে"। আনহাতে এই সন্দৰ্ভত এলএফআৰৰ মুৰব্বী সন্দীপ চৌধুৰীয়ে কয়"-এফ ১৯-এছ ক্ৰয়ৰ ক্ষেত্ৰত গ্ৰাহকে অধিক আকৰ্ষণীয় অফাৰ লাভ কৰিব পাৰিব। আগশাৰীৰ বেংক এইচডিএফচি,আইচিআইচিআই বেংক আৰু অন্যান্যৰ পৰা ২০০০ টকালৈকে বেংক কেছ বেক লাভ কৰিব গ্রাহকে। লগতে গ্ৰাহক সকলে সকলো বিত্তীয় অংশীদাৰৰ পৰা জিৰো ডাউন পেমেণ্টৰ জৰিয়তে অ'প্পো এফ ১৯- এছ ক্ৰয় কৰাৰ সুবিধা লাভ কৰিব। গ্ৰাহকে পেটিএমৰ জৰিয়তে লেনদেন কৰিলে ১৫ শতাংশ কেছবেক লাভ কৰিব।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here