প্ৰধানমন্ত্ৰী মোদীৰ ৭১ সংখ্যক জন্মদিন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 17 September 2021

প্ৰধানমন্ত্ৰী মোদীৰ ৭১ সংখ্যক জন্মদিন

 




W7s News নিউজ ডেস্ক: গিৰ্জাৰ পৰা মছজিদলৈ, মন্দিৰ, নামঘৰৰ পৰা সত্ৰলৈ সকলোতে শুকুৰবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মংগলৰ বাবে প্ৰাৰ্থনা কৰিলে বিজেপিয়ে। প্ৰধানমন্ত্ৰী মোদীৰ ৭১ সংখ্যক জন্মদিন ১৭ ছেপ্টেম্বৰৰ পৰা ৭ অক্টোবৰলৈ এই ২১টা দিন বিস্তৃত কাৰ্যসূচীৰে উদযাপন কৰিব বিজেপিয়ে। মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাৰ পৰা আৰম্ভ কৰি মন্ত্ৰী-সাংসদ-বিধায়কলৈ সকলোৱেই মোদীৰ বাবে ল’লে আশীৰ্বাদ।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৭১ সংখ্যক জন্ম দিৱসত শুকুৰবাৰে দেশজুৰি মহা আড়ম্বৰেৰে পালন কৰা হয়। মেগা কোভিড টীকাকৰণ অভিযানৰ পৰা আৰম্ভ কৰি দীৰ্ঘ কেক কটালৈকে বিভিন্ন ধৰণে প্ৰধানমন্ত্ৰীগৰাকীৰ জন্ম দিৱসটো উদযাপন কৰা হয়।


#celebration #pmmodibirthday#bjp#assam

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here