জ্যেষ্ঠ অধিবক্তা নিলয় দত্তৰ মৃত্যু - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday 19 September 2021

জ্যেষ্ঠ অধিবক্তা নিলয় দত্তৰ মৃত্যু

 




W7s News নিউজ ডেস্ক:  আইনী যোদ্ধা জ্যেষ্ঠ অধিবক্তা নিলয় দত্ত আৰু নাই। পৰিয়ালৰ সৈতে বাংগালুৰুৰ কাষৰে এখন হিল ষ্টেচনলৈ যোৱা নিলয় দত্তৰ শনিবাৰে নিশা আকস্মিক হাৰ্ট এটেক হৈ মৃত্যু হয়।  জীৱনত নিজে বহু 'যুদ্ধ'দেখা ,  আইনী যুদ্ধত বহুতকে হেলাৰঙে উতীৰ্ণ কৰোৱা নিলয় দত্তৰ মৃত্যুত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ লগতে বিভিন্নজনে শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here