গণেশগুৰিত গণেশ মহোৎসৱৰ আয়োজন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 8 September 2021

গণেশগুৰিত গণেশ মহোৎসৱৰ আয়োজন

 



W7s News ষ্টাফৰিপোৰ্টৰ : প্ৰতিবছৰৰ দৰে এইবাৰো মহানগৰীৰ গণেশগুৰিত  অৱস্থিত ঐতিহাসিক শ্ৰী শ্ৰী"গণেশ মন্দিৰ"প্ৰাংগণত   পালন কৰা হ'ব গণেশ মহোৎসৱ। শ্ৰী শ্ৰী গণেশ জন্মোৎসৱ সমিতিয়ে জানিবলৈ দিয়া মতে সম্পূৰ্ণ ক'ভিড প্ৰটোকলৰ মাজেৰে আয়োজন কৰা হ'ব এই গণেশ চতুৰ্থী মহোৎসৱৰ । এইবাৰ ভক্তগণৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হব চাৰে-ছয় কৌটি টকীয়া গণেশৰ স্বৰ্ণ মূৰ্তি । উল্লেখনীয় যে কোনো অজ্ঞাত ভক্তই দান কৰিছিল গণেশৰ এই স্বৰ্ণ মূৰ্তিটো।  ১০ ছেপ্টেম্বৰ তাৰিখে পালন কৰা হব গণেশ  মহোৎসৱৰ ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here