অসম নাট্য সন্মিলনৰ কামৰূপ জিলা সমিতিৰ এখন সাধাৰণ সভা - W7S News

Breaking News

demo-image

Home Top Ad

Responsive Ads Here

Post Top Ad

Saturday, 25 September 2021

demo-image

অসম নাট্য সন্মিলনৰ কামৰূপ জিলা সমিতিৰ এখন সাধাৰণ সভা

Responsive Ads Here

 




W7s News ষ্টাফৰিপোৰ্টাৰ : অসম নাট্য সন্মিলনৰ কামৰূপ জিলা সমিতিৰ এখন সাধাৰণ সভা শনিবাৰে অনুষ্ঠিত হয়। কামপীঠ মণ্ডলৰ সভাপতি বসন্ত কুমাৰ বৰ্মনৰ পৌৰোহিত্যত অনুষ্ঠিত সভাত কামৰূপ জিলা সমিতিৰ এখন নতুন সমিতি গঠন কৰা হয়। বিশিষ্ট নাট্য কর্মী অধৰ দাসক সভাপতি, মিফটাউদ্দিন আহমেদক কাৰ্যকৰী সভাপতি, নভজ্যোতি সম্পাদক হিচাপে দায়িত্ব অৰ্পণ কৰা হয়।  সভাত কামৰূপ জিলাৰ ১০ টা শাখাৰ প্ৰতিনিধি উপস্থিত থকাৰ লগতে অসম নাট্য সন্মিলনৰ সভাপতি কুমাৰ দীপক দাস, কাৰ্যকৰী সভাপতি দিলীপ চন্দ্ৰ বড়ো, প্ৰধান সম্পাদক গিৰিধৰ ৰয়, কেন্দ্ৰীয় প্ৰচাৰ বিভাগৰ সভাপতি নৰেন হাজৰিকা উপস্থিত থাকে বুলি অসম নাট্য সন্মিলনৰ কামৰূপ জিলাৰ প্ৰচাৰ সম্পাদক ধীৰেণ শৰ্মাই জানিবলৈ দিছে।

No comments:

Post a Comment

Post Bottom Ad

Contact Form

Name

Email *

Message *