W7s News নিউজ ডেস্ক: বোকাখাতত অগ্নিত দাহ কৰা হল ২,৪৭৯টা গঁড়ৰ
খৰ্গ।বৈদিক প্ৰথাৰে, টোপধ্বনিৰে অসম গৌৰৱলৈ আগবঢ়োৱা হ'ল সন্মান। মুখ্যমন্ত্ৰীয়ে ড্ৰ'নৰ সহায়েৰে বিস্ফোৰক নিক্ষেপ কৰি দাহ কৰিলে গঁড়ৰ খৰ্গ। গঁড়ৰ খৰ্গক লৈ থকা অন্ধবিশ্বাসৰ বিৰুদ্ধে বিশ্ববাসীলৈ বাৰ্তা দি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় ' ‘আমি বিশ্বক জনাব বিচাৰিছোঁ গঁড় খৰ্গৰ কোনো ঔষধি গুণ নাই। যিদৰে ড্ৰাগছ বিক্ৰী কৰি আমি চৰকাৰ চলাব নোৱাৰোঁ...- খৰ্গ বিক্ৰী কৰিও আমি চৰকাৰ চলাব নোৱাৰোঁ । ‘বহুতে কৈছে খৰ্গ কিয় জ্বলাব লাগে?’
- গঁড় জীয়াই থকাটোৱে আমাৰ বাবে গৌৰৱ।'
#cm#himanta biswa sarma #rhino #rhinohorn #burn #bokakhat #assam
No comments:
Post a Comment