নগাঁও আৰু কাছাৰ কাগজ কলৰ কৰ্মচাৰীলৈ মুখ্যমন্ত্ৰীৰ সুখবৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 29 September 2021

নগাঁও আৰু কাছাৰ কাগজ কলৰ কৰ্মচাৰীলৈ মুখ্যমন্ত্ৰীৰ সুখবৰ

 



৫৭০ কোটি টকাৰ সাহায্য পেকেজ ঘোষণা



W7s News নিউজ ডেস্ক: নগাঁও আৰু কাছাৰ কাগজ কলৰ কৰ্মচাৰীলৈ মুখ্যমন্ত্ৰীৰ সুখবৰ।মুখ্যমন্ত্ৰীৰ ৪ ঘণ্টা জোৰা বৈঠকৰ পাছত লোৱা হৈছে কেতবোৰ সিদ্ধান্ত। দুয়োটা কাগজ কলৰ কৰ্মচাৰীৰ বাবে ৫৭০ কোটি টকাৰ সাহায্য পেকেজ ঘোষণা।অহা দুমাহৰ ভিতৰত প্ৰাপ্য ধন লাভ কৰিব কাগজ কলৰ কৰ্মচাৰীয়ে। ৫৮ বছৰীয়া আৰু তাতকৈ ওপৰৰ সকলো কৰ্মচাৰীয়ে লাভ কৰিব পেঞ্চন। কাগজ কলৰ ১০০ যুৱ কৰ্মচাৰীক যোগ্যতা অনুসৰি চৰকাৰী চাকৰিত নিযুক্তি দিয়াৰ সিদ্ধান্ত।কাগজ কলৰ চিকিৎসালয়ত কৰ্মৰত চিকিৎসক-নাৰ্ছক ঠিকাভিত্তিক নিযুক্তি দিয়াৰ সিদ্ধান্ত। কাগজ কলৰ কৰ্মচাৰীয়ে সকলো চৰকাৰী গৃহ খালী কৰি দিলেহে উপৰোক্ত সুবিধাসমূহ লাভ কৰিব।ঘৰ খালী কৰাৰ বাবে এমাহৰ সময়সীমা বান্ধি দিয়া হৈছে।.

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here