এছিয়ান বুক অফ ৰেকৰ্ডৰ বাবে মধুমেহ ৰোগ পৰীক্ষা - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 29 September 2021

এছিয়ান বুক অফ ৰেকৰ্ডৰ বাবে মধুমেহ ৰোগ পৰীক্ষা

 





W7s News ষ্টাফৰিপোৰ্টাৰ : এখন ৰাষ্ট্ৰত এদিনত এক মিলিয়ন মধুমেহ ৰোগীৰ পৰীক্ষা কৰাৰ সংকল্পৰে এটা থীম লৈ বুধবাৰে সমগ্র ভাৰতত মধুমেহৰ পৰীক্ষা কৰা হৈছে। এছিয়ান বুক অফ ৰেকৰ্ডৰ উদ্দেশ্য আগত ৰাখি এক মিলিয়ন পৰীক্ষা কৰা হৈছে। গুৱাহাটীৰ আঠগাঁওস্থিত মাৰোৱাৰী হাস্পতালেও উক্ত কাৰ্যসূচীত অংশ লৈ হাস্পতালত খনত ৪০০ টা পৰীক্ষা কৰে। হাস্পতালখনৰ মেডিচিন বিভাগৰ বিশেষজ্ঞ চিকিৎসক  ডাঃ দীনেশ আগৰৱালৰ নেতৃত্বত আজি উক্ত অনুষ্ঠানটো আয়োজন কৰা হয়। তেওঁ এই কাৰ্যসূচীৰ জৰিয়তে কয় ' মধুমেহ নীৰৱ ঘাটক। সমগ্ৰ বিশ্বৰ লগতে আমাৰ দেশ তথা অসমতো ভয়াবহ ভাৱে বৃদ্ধি পাইছে মধুমেহ ৰোগ। ইয়াৰ বাবে মানুহে নিজৰ জীৱন শৈলী পৰিবৰ্তন কৰাৰ সময় আহি পৰিছে। লগতে সুষম আহাৰ, নিয়মিত ব্যায়াম আদি কৰিব লাগে।'

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here