টেলিভিছনৰ জনপ্ৰিয় অভিনেতা সিদ্ধাৰ্থ শুক্লাৰ মৃত্যু - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday 2 September 2021

টেলিভিছনৰ জনপ্ৰিয় অভিনেতা সিদ্ধাৰ্থ শুক্লাৰ মৃত্যু

 



W7s News : নিউজ ডেস্ক : টেলিভিছনৰ জনপ্ৰিয় অভিনেতা সিদ্ধাৰ্থ শুক্লাৰ হৃদযন্ত্রৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু হয়। মৃত্যুৰ সময়ত জনপ্ৰিয় অভিনেতা জনৰ বয়স আছিল ৪০ বছৰ। উল্লেখ্য, তেওঁ 'বিগ বছ ছিজন১৩' ৰ বিজয়ী আছিল। তেওঁ কেইবাখনো ধাৰাবাহিক আৰু চলচ্চিত্ৰত অভিনয় কৰিছিল। তেওঁ বহুতো বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল। তেওঁৰ মৃত্যুত বলিউদত শোকৰ ছাঁ পৰে। সামাজিক মাধ্যমতো তেওঁৰ অনুৰাগী সকলে শোক প্ৰকাশ কৰে।


#sidharth sukla#passss away#heart attack

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here