W7s News : নিউজ ডেস্ক : দুই বছৰৰ অন্তত ২০২১-২২ বৰ্ষৰ বাবে পুনৰ সাজু ভ্ৰাম্যমাণ থিয়েটাৰ। সীমিত সংখ্যক কলা-কুশলীৰে নাট প্ৰদৰ্শনৰ বাবে যো-জা চলাইছে আবাহনকে ধৰি কেইবাখনো থিয়েটাৰে। সকলো ঠিকে থাকিলে ছেপ্টেম্বৰৰ শেষভাগলৈ ৰাইজে ভ্ৰাম্যমান থিয়েটাৰ উপভোগ কৰিব পাৰিব।
#abahantheatre #prastutiparashar #actress #assam
No comments:
Post a Comment