লাভলীনাৰ ব্ৰঞ্জৰ পদক লাভ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 3 August 2021

লাভলীনাৰ ব্ৰঞ্জৰ পদক লাভ

 




#lovlina_borgohain #tokyoolympics2020


 W7s News নিউজ ডেস্ক : তুৰ্কীৰ শক্তিশালী বক্সাৰ বুছেনাজ চুৰ্মেনেলিৰ হাতত ছেমি ফাইনেলত পৰাস্ত অসম কন্যা লাভলীনা বৰগোহাই।

ব্ৰঞ্জ পদকেৰে টকিঅ’ অলিম্পিক যাত্ৰা সামৰিলে লাভলীনা বৰগোহাঁইয়ে।

মহিলাৰ ৬৪-৬৯ কিলোগ্ৰামৰ ছেমি ফাইনেল মেচখনত ৫-০ ব্যৱধানত পৰাস্ত হ'ল লাভলীনা ৷

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here