আফগানিস্তান তালিবানৰ দখলত - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 17 August 2021

আফগানিস্তান তালিবানৰ দখলত

 



W7s News নিউজ ডেস্ক: আফগানিস্তান তালিবানৰ দখলত। প্ৰাণৰ মমতাত আফগানিস্তানৰ ৰাষ্ট্ৰপতি আশ্ৰফ গানিৰ পলায়ন। কাবুলত আবদ্ধ লোকসকলৰ স্বদেশলৈ উভতিবলৈ মৰণপণ চেষ্টা। বিমানবন্দৰ বিৰ দি বাট নোপোৱা অৱস্থা। দেওবাৰে তালিবানে আফগানিস্তানৰ ৰাজধানী কাবুল দখল কৰাৰ পাছত আফগানিস্তানৰ সংসদ ভৱনত প্ৰৱেশ কৰে।এই সংসদ ভৱনটো ভাৰত চৰকাৰে ছয় বছৰ পূৰ্বে ২০১৫ চনত মিত্ৰতাৰ চিন স্বৰূপে আফগানিস্তানক উপহাৰ দিছিল।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here