দীক্ষু ফাউণ্ডেশ্যনৰ উদ্যোগত কলা কুশলীক খাদ্য সামগ্রী বিতৰণ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday 8 August 2021

দীক্ষু ফাউণ্ডেশ্যনৰ উদ্যোগত কলা কুশলীক খাদ্য সামগ্রী বিতৰণ

 




W7s News ষ্টাফৰিপোৰ্টাৰ : দীক্ষু ফাউণ্ডেশ্যনৰ উদ্যোগত দেওবাৰে ৫০জন কলা কুশলীক খাদ্য সামগ্রী বিতৰণ কৰা হয়। ক'ভিড পৰিস্থিতিৰ বাবে আৰ্থিক সংকটৰ সন্মুখীন হোৱা সংগীত শিল্পী, মেকআপ আটিষ্ট, টেকচিনয়ানক আদিক খাদ্য সামগ্রী বিতৰণ কৰা হয়।পাৰমিতা মহান্তি আৰু সীমান্ত দত্তৰ সহযোগত দীক্ষু ফাউণ্ডেশ্যনে এই খাদ্য সামগ্রী বিতৰণ কৰে। দ্বিতীয় বাৰ বাবে ফাউণ্ডেচনৰ উদ্যোগত এই কাৰ্যসূচী গ্ৰহণ কৰা হয়। আনহাতে কণ্ঠশিল্পী দিক্ষু শৰ্মাই দীক্ষু ফাউণ্ডেশ্যনৰ বেনাৰত খাদ্যসামগ্রী আগবঢ়াবলৈ আগ্ৰহী সকলক  সহযোগিতা আগবঢ়াবলৈ অনুৰোধ জনাইছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here