ইণ্ডিয়ান আইডল গ্ৰেণ্ড ফিনালে ১২ত বিজয়ী পৱনদীপ ৰাজনৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 16 August 2021

ইণ্ডিয়ান আইডল গ্ৰেণ্ড ফিনালে ১২ত বিজয়ী পৱনদীপ ৰাজনৰ

 






W7s news  নিউজ ডেস্ক :

পৱনদীপ ৰাজনে ইণ্ডিয়ান আইডলৰ গ্ৰেণ্ড ফিনালেত বিজয়ী হৈছে। অনুষ্ঠানটোৰ অন্তিম পৰ্যায়ত তেওঁৰ বাহিৰে আৰু ৫ জন প্ৰতিযোগীয়ে স্থান লাভ কৰিছিল। তেওঁ অনুষ্ঠানটোত জয়লাভ কৰে।

স্বাধীনতা দিৱসত ইণ্ডিয়ান আইডলৰ গ্ৰেণ্ড ফিনালে ১২ ঘণ্টা ধৰি চলি আছিল। এইটো প্ৰথম বাৰৰ বাবে হৈছে যি ৰিয়েলিটি শ্ব’ৰ ফাইনেল ১২ ঘণ্টা ধৰি চলিছিল। কেইবাজনো প্ৰতিযোগী, বিচাৰক আৰু হোষ্টে ১২ ঘণ্টাৰ ৰিয়েলিটি শ্ব’ৰ ফাইনেলত প্ৰদৰ্শন কৰিছিল। ইয়াৰ উপৰিও মনোৰঞ্জন উদ্যোগৰ বহুলোক অনুষ্ঠানটোত আহিছিল আৰু অনুষ্ঠানটোৰ শেষত ফলাফল ঘোষণা কৰিছিল। যদিও অৰুণিতা কাঞ্জিলাল আৰু পৱনদীপ ৰাজনৰ মাজত এইবাৰ কঠিন প্ৰতিযোগিতা হৈছিল। ছ’চিয়েল মিডিয়াত অনলাইন প্ৰতিযোগিতাত পৱনদীপ ৰাজন বিজয়ী হৈছিল। আৰু ফেচ প্ৰিয়া, মহম্মদ ডেনিছ, নিহাল তৌৰো আৰু চেলী কাম্বলেৰ চূড়ান্ত প্ৰতিযোগী হিচাপে নিৰ্বাচিত হৈছিল। ইয়াৰ পূৰ্বে অৰুণিতা কাঞ্জিলালক কেইবাজনো শিল্পীয়ে প্ৰশংসা কৰিছিল। অৰুণিতা কাঞ্জিলাল ফিনালেত জয় লাভ কৰিব বুলি বহু লোকে মন্তব্য কৰিছিল। অৱশেষত সামাজিক মাধ্যমত হোৱা ভোটত পৱনদীপ ৰাজনে জয় লাভ কৰিবলৈ সক্ষম হৈছিল। পবনদীপ ৰাজনে 

ট্ৰফী, ২৫ লাখ টকা লাভ কৰে।



 #indiaIndian Idol #winner 2021#Pawandeep Rajan

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here