অলিম্পিকত ভাৰতৰ আন এক পদক - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday 7 August 2021

অলিম্পিকত ভাৰতৰ আন এক পদক

 



W7s news : নিউজ ডেস্ক : টকিঅ' অলিম্পিকত মল্ল যুদ্ধত ব্ৰঞ্জৰ পদক লাভ কৰিলে ৰেষ্টলাৰ বজৰং পুনিয়াই।পুৰুষৰ ৬৫ কেজি ফ্ৰী ষ্টাইল শাখাত কাজাখাস্তানৰ দউলেত নিয়াঝবেকভক ৮-০ পইণ্টৰ ব্যৱধানত পৰাস্ত কৰে বজৰং পুনিয়াই।উল্লেখ্য, টকিঅ' অলিম্পিকত ভাৰতৰ পদকৰ সংখ্যা ৬টালৈ বৃদ্ধি হ'ল।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here