টিংকল্_পুনৰ_প্ৰকাশ_পাব - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 4 August 2021

টিংকল্_পুনৰ_প্ৰকাশ_পাব

 






W7s News নিউজ ডেস্ক :

টিংকল্_পুনৰ_প্ৰকাশ_পাব।

 প্ৰথমবাৰত পুনঃ প্ৰকাশ পাব আশী আৰু নব্বৈৰ দশকৰ অসমীয়া টিংকলৰ মুঠ চাৰিটা সংখ্যা। গোটক প্ৰদান কৰা হ'ব এই টিংকল বিতৰণৰ স্বত্ব।  প্ৰতিটো টোপোলাৰ দাম হ'ব ১৬০ টকা( প্ৰতিখনত ৪০ টকা দৰত চাৰিখন টিংকল্)। 

কিন্তু অমৰ চিত্ৰ কথা এতিয়াও নিজৰ চৰ্ত্তত অটল - ৫০০০ গ্ৰাহক লাগিব । ৫০০০× ৪= ২০,০০০ কপিৰ দাম দিলেহে প্ৰিণ্টৰ কাম আৰম্ভ কৰিব অমৰ চিত্ৰ কথাই। 

সেয়ে 


 গোটৰ তৰফৰ পৰা মুকলি কৰিছোঁ" প্ৰী-ৰেজিষ্ট্ৰেছন - অসমীয়া টিংকল্ প্ৰাপ্তিৰ বাবে আবেদন" । যিসকল সদস্য সদস্যাই সঁচাকৈ টিংকল্ ক্ৰয়ৰ বাবে আগ্ৰহী তেইলোকে তলৰ লিংকত গৈ  প্ৰী-ৰেজিষ্ট্ৰেছন কৰিবলৈ অনুৰোধ জনোৱা হ'ল।  

মন কৰিব যে, এই আবেদন ২৮ আগষ্টলৈহে মুকলি থাকিব। ২৮ আগষ্টলৈ ৫০০০ প্ৰী-ৰেজিষ্ট্ৰেছন হলেহে  প্ৰী-অৰ্ডাৰৰ কথা লৈ অমৰ চিত্ৰ কথাৰ কাষ চাপিবলৈ সক্ষম হ'ম যাতে তাত পেমেণ্ট কৰি সদস্য সদস্যা সকলে নিজৰ নিজৰ কপিটোৰ বাবে অৰ্ডাৰ কৰিব পাৰে। 

২৮ আগষ্টলৈ ৫০০০ প্ৰী-ৰেজিষ্ট্ৰেছন নহলে আমাৰ সকলোৰে টিংকল্ প্ৰকাশৰ সপোন ধূলিসাৎ হ'ব। ভবিষ্যতে অসমীয়া টিংকল্ আকৌ আমাৰ হাতত পৰিব বুলি পালি থকা আশাৰ ৰেঙনিকণ হয়তো চিৰদিনলৈ মাৰ যাব। 

এতেকে সমূহ সদস্য-সদস্যাকে নিজৰ আৰু নিজৰ আত্মীয়ৰ বাবে তলৰ লিংকত গৈ এই প্ৰী-ৰেজিষ্ট্ৰেছন কৰিবলৈ অনুৰোধ জনোৱা হ'ল। 

 এই ক্ষেত্ৰত সমূহ সদস্য-সদস্যাৰে সহায় সহযোগিতা শ্ৰদ্ধাৰে কামনা কৰিছে। প্ৰী-ৰেজিষ্ট্ৰেছন লিংক :

https://forms.gle/cBcaFPxpS9Y7kfxn7


❗আবেদনৰ শেষ তাৰিখ: 28th AUGUST, 2021 ❗

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here