টাইগাৰ শ্ৰফে কু এপত আত্মপ্ৰকাশ কৰি অনুৰাগীসকলক ছাৰ্প্ৰাইজ কৰে; হিয়াভৰা আদৰণি লাভ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday 22 August 2021

টাইগাৰ শ্ৰফে কু এপত আত্মপ্ৰকাশ কৰি অনুৰাগীসকলক ছাৰ্প্ৰাইজ কৰে; হিয়াভৰা আদৰণি লাভ

 


গুৱাহী: বৃহস্পতিবাৰে দেশী মাইক্ৰ'ব্লগিং মঞ্চ কু এপত আত্মপ্ৰকাশ কৰি টাইগাৰ শ্ৰফে তেওঁৰ অনুৰাগীসকলক ছাৰ্প্ৰাইজ কৰে। তেওঁ শেহতীয়াকৈ এটা পোষ্ট কৰিছে "নমস্কাৰ বন্ধুসকল, ভাৰতীয় ছ'চিয়েল মিডিয়া এপ, ‘কু এপ’ৰ অংশ হ'বলৈ পাই মই বহুত সুখী আৰু গৌৰৱান্বিত, ইয়াৰ জৰিয়তে একাধিক ভাষাত সমগ্ৰ ভাৰতৰ সৈতে সংযোগ হ’ব পৰা যায়।”


তেওঁৰ প্ৰমাণীকৃত কু একাউণ্টটোত ব্যৱহাৰ কৰা নাম হৈছে "টাইগাৰ শ্ৰফ"। টাইগাৰৰ কু হেণ্ডেলটোত (@iTIGERSHROFF) এখন চাৰ্টলেছ প্ৰ'ফাইল ছবিৰ সৈতে তেওঁ নিজৰ নিখুঁত স্বাস্থ্য প্ৰদৰ্শন কৰি অনুৰাগীসকলক উৎসাহিত কৰিছে আৰু তেওঁৰ অনুৰাগীসকলে মন্তব্য শাখাত "হট" লিখিবলৈ নিজকে বাধা দিব নোৱাৰিলে।


টাইগাৰ শ্ৰফে তেওঁৰ অভিনয় দক্ষতাৰে উদ্যোগটোত নিজৰ বাবে এক স্থান অৰ্জন কৰিছে, যাৰ ফলত তেওঁৰ অনুৰাগীৰ সংখ্যা কম নহয়। টাইগাৰৰ হাতত বৰ্তমান হিৰোপান্তি ২, গণপত আৰু ৰেম্বোৰ দৰে একাধিক ডাঙৰ বাজেটৰ চলচ্চিত্ৰ আছে।


গণপত ছবিখনৰ ট্ৰেইলাৰ চাবলৈ ক্লিক কৰক:

https://embed.kooapp.com/embedKoo?kooId=91f35ac5-dd15-4271-bb36-b9793131399a


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here