গুৱাহাটী প্ৰেছ ক্লাৱত আৰমান শেখ ফাউণ্ডেচনৰ সম্বৰ্ধনা অনুষ্ঠান - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday 22 August 2021

গুৱাহাটী প্ৰেছ ক্লাৱত আৰমান শেখ ফাউণ্ডেচনৰ সম্বৰ্ধনা অনুষ্ঠান

 



W7s News ষ্টাফৰিপোৰ্টাৰ : গুৱাহাটী প্ৰেছক্লাৱত দেওবাৰে আৰমান শেখ ফাউণ্ডেচন উদ্যোগত ক'ভিড মহামাৰীৰ সময়ত আর্থিকভাৱে ক্ষতিগ্ৰস্ত হোৱা ৩১ জন সাংস্কৃতিক ক্ষেত্ৰৰ শিল্পীক সম্বৰ্ধনা জনোৱা হয়। তেওঁলোকক একোখন ফুলাম গামোছা আৰু ১৫ হাজাৰ টকাৰ এককালীন সাহাৰ্য প্ৰদান কৰা হয়। আৰমান শেখ আৰু অঞ্জু মা শেখৰ পৰিচালনাত অনুষ্ঠিত হোৱা এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে সত্ৰীয়া নৃত্যশিল্পী, সংগীত নাটক অকাডেমি বঁটা প্ৰাপক ৰামকৃষ্ণ তালুকদাৰ, বিশিষ্ট অভিনেতা তথা অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ প্ৰাক্তন যুটীয়া সঞ্চালক অবিনাশ শৰ্মা। তেওঁলোকে শুভেচ্ছা মূলক বক্তব্য আগবঢ়ায়।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here