গুৱাহাটীত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday 21 August 2021

গুৱাহাটীত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

 




W7s News নিউজ ডেস্ক:

গুৱাহাটীত উপস্থিত হ'ল কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। বৰঝাৰ বিমান বন্দৰত ঢোলে-দগৰে আদৰণি সৰ্বানন্দ সোণোৱালক। ফুলৰ থোপাৰে সোণোৱালক অসমলৈ আদৰণি জনালে মুখ্যমন্ত্ৰীয়ে। কেন্দ্ৰীয় বন্দৰ, জাহাজ, জলপৰিবহন তথা আয়ুস মন্ত্ৰ্যালয়ৰ কেবিনেট মন্ত্ৰীৰ দায়িত্ব গ্ৰহণৰ পাছত প্ৰথমবাৰ অসমলৈ আহিছে সোণোৱাল। সোণোৱালৰ সৈতে আন এগৰাকী কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী ৰামেশ্বৰ তেলীও আহিছে।সৰ্বানন্দ সোণোৱালে অসম বিজেপিৰ নেতা কৰ্মীসকলক লৈ আৰম্ভ কৰিবলগীয়া আশীৰ্বাদ যাত্ৰা বৰঝাৰ বিমানবন্দৰৰ পৰাই আৰম্ভ হ’য়।


#sarbananda sonowal#central minister#ashirbad yatra

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here