অসমৰ এজন হৃদয়বান চিকিৎসকে ১০ টকা ফিজৰ বিনিময়ত কৰে চিকিৎসা - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday 8 July 2021

অসমৰ এজন হৃদয়বান চিকিৎসকে ১০ টকা ফিজৰ বিনিময়ত কৰে চিকিৎসা

 





W7s News: ষ্টাফৰিপোৰ্টাৰ:এইখন অসমৰে এজন হৃদয়বান চিকিৎসক।চিকিৎসক গৰাকী হৈছে বিশ্বনাথ জিলাৰ পাভৈৰ ডা: ৰঞ্জন গগৈ।ডা: ৰঞ্জন গগৈয়ে বিশ্বনাথ জিলাৰ পাভৈত এখন ব্যক্তিগত চিকিৎসালয় খুলি চিকিৎসা সেৱা আগবঢ়াই আহিছে।এই গৰাকী মানৱ দৰদী চিকিৎসকে চিকিৎসালয়খনত ১০ টকা ফিজৰ বিনিময়ত আৰ্থিক ভাৱে দুৰ্বল ৰাইজক চিকিৎসা কৰি আহিছে।

চিকিৎসক গৰাকীয়ে ক’ভিড পৰিস্থিতি স্বাভাৱিক নোহোৱা পয্যন্ত ৰোগীৰ পৰা পৰীক্ষাৰ বাবদ ১০ টকাহে গ্ৰহণ কৰিব৷চিকিৎসকজনে দুখীয়া ৰাইজক ঔষধ বাকীকৈ দিওতে এতিয়া বহু লাখ টকাৰ বাকী হৈছে। উল্লেখ্য, এই গৰাকী চিকিৎসকে এসময়ত উচ্চ পদস্থ চৰকাৰী চিকিৎসা বিষয়াৰ পদ এৰিছিল।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here