গুৱাহাটীত অধিক কঠোৰ হ'ব আৰক্ষী - W7S News

Breaking News

demo-image

Home Top Ad

Responsive Ads Here

Post Top Ad

Thursday, 8 July 2021

demo-image

গুৱাহাটীত অধিক কঠোৰ হ'ব আৰক্ষী

Responsive Ads Here

 

IMG_20210708_140129





W7s News, নিউজ ডেস্ক: আজিৰ পৰা গুৱাহাটীবাসী সাৱধান হ'ব লাগিব।আজিৰে পৰা কাৰ্ফিউ চলি থকাৰ সময়ত সান্ধ্য ভ্ৰমণলৈ ওলাব নোৱাৰিব।  সান্ধ্য আইন চলি থকা সময়ত যিসকলে সান্ধ্য ভ্ৰমণ কৰিবলৈ ওলাই আহে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ হ’ব জিলা প্ৰশাসন।কঠোৰ হ’ব সান্ধ্য আইনৰ নিয়ম৷

সান্ধ্য আইনৰ সময়ত বাহিৰলৈ ওলালে হ’ব শাস্তি৷

খোজকঢ়া, চাইকেল চলোৱাৰ অজুহাতত ওলালেও পাব শাস্তি৷ গুৱাহাটী মহানগৰীত বৃদ্ধি পাইছে ক’ভিডৰ সংক্ৰমণ৷গুৱাহাটীৰ ক'ভিডৰ শেহতীয়া পৰিস্থিতিক লৈ চিন্তিত স্বাস্থ্য বিভাগ৷ গুৱাহাটীবাসীক ক’ভিড বিধি মানিবলৈ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ আহ্বান৷ ৰাজ্যৰ বিভিন্ন জিলাত সম্পূৰ্ণ লকডাউন জাৰী কৰিলেও মহানগৰীত হোৱা সংক্ৰমণৰ বাবে চিন্তিত স্বাস্থ্য বিভাগ৷

যাৰ বাবে গ্ৰহণ কৰিব পাৰে বিশেষ পদক্ষেপ৷

No comments:

Post a Comment

Post Bottom Ad

Contact Form

Name

Email *

Message *