#lovlinaborgohain #boxer # #tokyoolympics #minister #bimolbora
W7s News নিউজ ডেস্ক:
লাভলীনালৈ ৫০ লাখ টকা উপহাৰ ঘোষণা ৰাজ্য চৰকাৰৰ। এটা প্ৰথম শ্ৰেণীৰ চাকৰি লাভলীনাই পোৱাটো নিশ্চিত। লাভলীনাৰ পৰৱৰ্তী খেললৈ শুভেচ্ছা জনাই ক্ৰীড়া মন্ত্ৰী বিমল বৰাই ঘোষণা কৰিলে এই কথা।
No comments:
Post a Comment