লভালীনাৰ জয়লাভ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 27 July 2021

লভালীনাৰ জয়লাভ




W7s News, নিউজ ডেস্ক: টকিঅ' অলিম্পিকত অসম জীয়ৰী লাভলীনা বৰগোঁহাইৰ দুৰ্দান্ত প্ৰদৰ্শন। ৬৯ কেজি ৱেলটাৰ ৱেইট শাখাত বক্সিঙত জাৰ্মানৰ প্ৰতিদ্বন্দ্বী 

নেদাইন এপেট্ জক ৩-২ ব্যৱধানত পৰাস্ত কৰি টকিঅ' অলিম্পিকত কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰা লাভলীনা বৰগোহাঁইয়ে।উল্লেখ্য, ৩০ জুলাইত চীনৰ খেলুৱৈৰ বিৰুদ্ধে কোৱাৰ্টাৰ ফাইনেলত অৱতীৰ্ণ হ'ব লাভলীনা। লাভনীলাৰ এই জয়লাভে অসমবাসীক উৎফুল্লিত কৰি তুলিছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here