পৰাজিত হ'ল মেৰী কমে - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday 29 July 2021

পৰাজিত হ'ল মেৰী কমে

 



#mc mary kom# tokyo Olympics 2020 


W7s News নিউজ ডেস্ক:  টকিঅ' অলিম্পিকত ভাৰতৰ বাবে বৃহস্পতিবাৰে আহিল এটা দুঃখবৰ। কলম্বিয়াৰ ইংৰিট ভেলেনচিয়াৰ সৈতে ৩-২ ব্যৱধানত পৰাস্ত হ'ল মেৰী কম। মহিলাৰ ফ্লাইৱেইট শাখাৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত যুজঁ দি পৰাজিত হ'ল এম চি মেৰীকম।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here