#mirabaichanu #tokyoolympics2020 #India
W7s News, নিউজ ডেস্ক: টকিঅ’ অলিম্পিক ২০২০ত ভাৰতে প্ৰথমটো পদক লাভ কৰিছে। মণিপুৰৰ মীৰাবাই চানুৱে ৰূপৰ পদক অৰ্জনেৰে ইতিহাস ৰচিলে টকিঅ’ত। ২০২ কিলোগ্ৰাম ভাৰ উত্তোলনেৰে ৰূপৰ পদক লাভ কৰে মণিপুৰৰ খেলুৱৈগৰাকীৰ। টকিঅ’ অলিম্পিকত পদক পোৱা মীৰাবাই চানুৰ ঘৰত আনন্দ-উল্লাস। টেলিভিছনৰ পৰ্দাত মীৰাবাইয়ে ৰূপক পদক অৰ্জনৰ মুহূৰ্ত উপভোগ কৰিলে পৰিয়ালে। সন্তানৰ সাফল্যত যথেষ্ট উৎফুল্লিত হৈ পৰে মীৰাবাই চানুৰ পিতৃ-মাতৃ।
No comments:
Post a Comment