সৰবৰহী মহিলা স্বৰ্ণ বৰদলৈৰ মৃত্যু - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday 18 July 2021

সৰবৰহী মহিলা স্বৰ্ণ বৰদলৈৰ মৃত্যু

 


W7s News ষ্টাফৰিপোৰ্টাৰ : 

গুৱাহাটীৰ চানমাৰি কল’নী এলেকাৰ সৰবৰহী মহিলা স্বৰ্ণ বৰদলৈৰ দেওবাৰে বিয়লি গুৱাহাটীৰ এক্সেল' কেয়াৰ হাস্পতালত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৬ বছৰ। বাৰ্ধক্যজনিত কাৰণত স্বৰ্ণ বৰদলৈয়ে শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত মহিলাগৰাকীয়ে দুই পুত্ৰ-বোৱাৰী, দুই কন্যা-জোঁৱাই আৰু ভালেসংখ্যক নাতি-নাতিনী, ভতিজা, ভাগিনসহ বহু আত্মীয়ক এৰি থৈ গৈছে। নিজৰাপাৰ ৰোডৰ ৰজাদুৱাৰ হাউলী নিৱাসী স্বৰ্ণ বৰদলৈৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here