সাংবাদিক,সমাজকর্মী ঈশ্বৰ মহন্তক আন্ত:ৰাষ্ট্ৰীয় হিন্দু মহাসভাৰ অসম প্ৰদেশৰ প্রদেশ উপাধ্যক্ষ পদৰ বাবে মনোনীত - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday 4 July 2021

সাংবাদিক,সমাজকর্মী ঈশ্বৰ মহন্তক আন্ত:ৰাষ্ট্ৰীয় হিন্দু মহাসভাৰ অসম প্ৰদেশৰ প্রদেশ উপাধ্যক্ষ পদৰ বাবে মনোনীত

 




W7s News, ষ্টাফৰিপোৰ্টাৰ: নতুন দিল্লীত অনুষ্ঠিত আন্ত:ৰাষ্ট্ৰীয় হিন্দু মহাসভাৰ ৰাষ্ট্ৰীয় কোৰ কমিটিৰ বৈঠকত আন্তঃৰাষ্ট্ৰীয় হিন্দু মহাসভাৰ ব্ৰেণ্ড এম্বেচাদৰ তথা অধ্যক্ষ মোহিত নৱানীয়ে অসম প্ৰদেশৰ কামৰূপৰ পৰা জ্যেষ্ঠ সাংবাদিক, সমাজসেবক 

তথা যোৰহাট জিলাৰ তিতাবৰৰ কাংশপাৰ বৰ ঠাই সত্ৰৰ সত্ৰাধিকাৰ 

ঈশ্বৰ মহন্তক সামাজিক কাম কাজ পৰ্যবেক্ষণ কৰাৰ বাবে দায়িত্ব অৰ্পণ কৰে। তেওঁক আন্ত:ৰাষ্ট্ৰীয় হিন্দু মহাসভাৰ অসম প্রদেশৰ  প্ৰদেশ উপাধ্যক্ষ পদৰ বাবে মনোনীত  কৰা হয়। দেওবাৰে মহাসভাৰ মাদাৰ টেৰেছা পথত অৱস্থিত কাৰ্যালয়ত তেওঁক নিযুক্তি পত্ৰ আৰু বেজ  প্ৰদান কৰি এখনি ফুলাম গামোচাৰে  হিন্দু মহাসভাৰ অসম প্ৰদেশৰ ৰাষ্ট্ৰীয় সচিব দয়াৰাম দাসে সম্বৰ্ধনা জনায়।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here