গুৱাহাটী মহানগৰীৰ হেঙেৰাবাৰীস্থিত বাজপেয়ী ভৱনত বিজেপিত যোগদান জুৰি শৰ্মা বৰদলৈ সহ একাংশৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 2 July 2021

গুৱাহাটী মহানগৰীৰ হেঙেৰাবাৰীস্থিত বাজপেয়ী ভৱনত বিজেপিত যোগদান জুৰি শৰ্মা বৰদলৈ সহ একাংশৰ

 


W7s News ষ্টাফৰিপোৰ্টাৰ : গুৱাহাটীৰ  হেঙেৰাবাৰীস্থিত ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ত শুকুৰবাৰে  এক যোগদান কাৰ্যসূচী অনুষ্ঠিত হয়। উক্ত অনুষ্ঠানত গুৱাহাটী মহানগৰ জিলাৰ  কংগ্ৰেছৰ প্ৰাক্তন সভানেত্ৰী জুৰি শৰ্মা বৰদলৈৰ লগতে বহু সংখ্যক কংগ্ৰেছ কৰ্মীয়ে ভাৰতীয় জনতা পাৰ্টিৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ দলত যোগদান কৰে। সকলোকে বিজেপি দলৈ  উষ্ম আদৰণি জনাই ৰাজ্যিক বিজেপিৰ সভাপতি ভবেশ কলিতাই । উক্ত কার্যসূচীত ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক  ফণীন্দ্ৰ নাথ শৰ্মা , অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী  পীযুষ হাজৰিকা , গুৱাহাটী মহানগৰ জিলাৰ সভাপতি মৃগেন শৰণীয়াকে ধৰি ৰাজ্যিক বিষয়-ববীয়াসকলৰ লগতে দলীয় কাৰ্যকর্তা সকল উপস্থিত থাকে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here