#dilip kumar# famous actor#bollywood#passes away
W7s News, নিউজ ডেস্ক : বলিউডৰ যশস্বী অভিনেতা দিলীপ কুমাৰ আৰু নাই। বুধবাৰে পুৱা ৯৮ বছৰ বয়সত অভিনেতা গৰাকীৰ মৃত্যু হয়। 'বলিউডৰ ট্ৰেজেডি কিং' খ্যাত অভিনেতাগৰাকীৰ বুধবাৰে পুৱা ৭.৩০ বজাত মৃত্যু হয়। দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল অভিনেতাগৰাকী। তেওঁৰ মৃত্যুত শোকত ভাগি পৰিছে পত্নী তথা বলিউডৰ খ্যাতি সম্পন্ন অভিনেত্ৰী ছায়েৰা বানুই। তেওঁৰ মৃত্যুত বলিউডত শোকস্তব্ধ হৈ পৰে।
তেওঁৰ মৃত্যুত গভীৰ শোক প্রকাশ কৰাৰ লগতে আত্মাৰ চিৰ শান্তি কামনা কৰিছ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।
No comments:
Post a Comment