সত্ৰাধিকাৰ ভোলানাথ মহন্তৰ মৃত্যু - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 5 July 2021

সত্ৰাধিকাৰ ভোলানাথ মহন্তৰ মৃত্যু

 


 W7s News, ষ্টাফৰিপোৰ্টাৰ:  শিৱসাগৰ জিলাৰ শ্ৰী শ্ৰী সাউদকুছি সত্ৰৰ ডেকা সত্ৰাধিকাৰ, গোলাঘাট নিবাসী  ভোলানাথ মহন্তৰ


শনিবাৰে দিনৰ ১ বাজি ৫৮ মিনিটত তেওঁৰ একমাত্ৰ পুত্ৰ  দেবজ্যোতি মহন্তৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ আৱাসগৃহত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮১ বছৰ। তেওঁ কিছুদিন ধৰি স্বাস্থ্যজনিত কাৰণত পুত্ৰৰ ঘৰত থাকি চিকিৎসাধীন হৈ আছিল। মৃত্যুৰ সময়ত তেওঁ পত্নী, পুত্ৰ-বোৱাৰী, জী-জোঁৱাই, পৰিয়ালৰ জ্যেষ্ঠ, কণিষ্ঠ, ইষ্ট-কুটুম্ব আৰু নাতি-নাতিনীৰ লগতে শিষ্য আদিক এৰি থৈ যায়। তেওঁৰ মৃত্যুত সত্ৰত শোকৰ ছাঁ পৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here