ৰঙিয়া সমষ্টিৰ বিধায়ক ভৱেশ কলিতা বিজেপিৰ ৰাজ্যিক সভাপতি - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday 26 June 2021

ৰঙিয়া সমষ্টিৰ বিধায়ক ভৱেশ কলিতা বিজেপিৰ ৰাজ্যিক সভাপতি

 



W7s, News, নিউজ ডেস্ক : বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই ঘোষণা কৰিলে ৰাজ্যিক বিজেপিৰ সভাপতিৰ নাম।


বহু জল্পনা-কল্পনাৰ অৱসান ঘটাই ৰাজ্যিক বিজেপিৰ সভাপতি হিচাপে নিযুক্তি দিয়া হ'ল ৰঙিয়া সমষ্টিৰ বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী ভৱেশ কলিতাক। শনিবাৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই তেওঁক অভিনন্দন জ্ঞাপন কৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here