কনিষ্টবল হিচাপে নিযুক্তি পত্ৰ লাভ বৰসিং বেৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday 26 June 2021

কনিষ্টবল হিচাপে নিযুক্তি পত্ৰ লাভ বৰসিং বেৰ

 


 



W7s, News, ষ্টাফৰিপোৰ্টাৰ : সমাজত এতিয়াও এনে এচাম লোক আছে যিয়ে সৎ পথেৰে আগুৱাই গৈছে শেহতীয়াকৈ অসম আৰক্ষীত সততাৰ নিদৰ্শন দাঙি ধৰি স্বীকৃতি পালে এজন গৃহৰক্ষী জোৱানে। শনিবাৰে গৃহৰক্ষী জোৱান বৰসিং বেক মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কনিষ্টবল হিচাপে নিযুক্তি দিয়াৰ পত্ৰ অপৰ্ণ কৰাৰ লগতে সম্বৰ্ধনা জনায়।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here