এইবাৰো শক্তিপীঠত নহয় মহা অম্বুবাচী - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday 3 June 2021

এইবাৰো শক্তিপীঠত নহয় মহা অম্বুবাচী

 




W7s news, নিউজ ডেস্ক : ক'ভিড মহামাৰীৰ বাবে বিগত বৰ্ষৰ দৰে এইবাৰো শক্তিপীঠ কামাখ্যা ধামত অনুষ্ঠিত নহয়  মহা অম্বুবাচী  । কেৱল পৰম্পৰাগত ধৰ্মীয় নীতি নিয়মেৰে মন্দিৰ পৰিসৰত ২২ জুনৰ পৰা পাঁচদিনীয়াকৈ অনুষ্ঠিত হ'ব মহা অম্বুবাচী । বৃহস্পতিবাৰে মন্দিৰ পৰিচালনা সমিতিৰ উদ্যোগত আয়োজিত এক সভাত এই সিদ্ধান্ত গ্ৰহণ কৰা হয় বুলি কামাখ্যা মন্দিৰৰ সৰুদলৈ কবিন্দ্ৰ প্ৰসাদ শৰ্মাই জানিবলৈ দিয়ে । উল্লেখ্য , এইবাৰ ২২ জুনৰ দুপৰীয়া ২ বাজি ৬ মিনিট ২৭ ছেকেণ্ডত অম্বুবাচীৰ প্ৰবৃত্তি হোৱাৰ লগতে ২৫ জুনৰ শেষ নিশা ২বাজি ২৯ মিনিট ৯ ছেকেণ্ডত অম্বুবাচীৰ নিবৃত্তি হ'ব। এইবাৰো কামাখ্যা মন্দিৰত সমাগম নহ'ব লাখ লাখ ভক্তৰ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here